பொருள் : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
எடுத்துக்காட்டு :
তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
ஒத்த சொற்கள் : প্রলাপ বকা, ভুল বকা
பொருள் : অস্ফুট বা অস্পষ্ট স্বৰত কোৱা
எடுத்துக்காட்டு :
বৃদ্ধলোকে অধিক ভোৰভোৰায়
ஒத்த சொற்கள் : ভোৰভোৰা
பொருள் : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
எடுத்துக்காட்டு :
কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
பொருள் : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
எடுத்துக்காட்டு :
সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
ஒத்த சொற்கள் : বেলবেলোৱা