பொருள் : ভ্রষ্টাচাৰত লিপ্ত ব্যক্তি
எடுத்துக்காட்டு :
ভ্রষ্টাচাৰীয়ে আমাৰ দেশখন খুলি-খুলি খাইছে
பொருள் : ভ্রষ্টাচাৰৰ সৈতে সম্বন্ধ
எடுத்துக்காட்டு :
ভ্রষ্টাচাৰী গতিবিধিত লিপ্ত হোৱাৰ কাৰণে তেওঁ নিলম্বিত হʼল
பொருள் : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
எடுத்துக்காட்டு :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
ஒத்த சொற்கள் : চৰিত্রহীন, দুশ্চৰিত্র, দুৰাচাৰী