பொருள் : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
எடுத்துக்காட்டு :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
ஒத்த சொற்கள் : মচুৰ গছ, মচুৰ মাহৰ গছ
பொருள் : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
எடுத்துக்காட்டு :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
ஒத்த சொற்கள் : মচুৰ মাহ