பொருள் : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
எடுத்துக்காட்டு :
দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
ஒத்த சொற்கள் : সংগ্রহকাৰী
பொருள் : সংগ্রহ কৰোঁতা
எடுத்துக்காட்டு :
বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
ஒத்த சொற்கள் : সংগ্রহকাৰী