பொருள் : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান
எடுத்துக்காட்டு :
নেতাজী মঞ্চৰ ওপৰত আছিল
ஒத்த சொற்கள் : ষ্টেজ
பொருள் : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ
எடுத்துக்காட்டு :
মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে
ஒத்த சொற்கள் : বেদী