பொருள் : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
எடுத்துக்காட்டு :
সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
ஒத்த சொற்கள் : মণি-মাণিক্য, মাণিক
பொருள் : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
எடுத்துக்காட்டு :
সীমাই মণিৰ মালা পিন্ধিছে
பொருள் : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি