பொருள் : মণিপুৰত কোৱা ভাষা
எடுத்துக்காட்டு :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
பொருள் : মণিপুৰৰ অধিবাসী
எடுத்துக்காட்டு :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
பொருள் : মণিপুৰত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
பொருள் : মণিপুৰৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
பொருள் : মণিপুৰী ভাষাত ৰচিত
எடுத்துக்காட்டு :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?