உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
எடுத்துக்காட்டு : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
ஒத்த சொற்கள் : বিচাৰ, ৰায়
பொருள் : ঋষি আদিৰ মান্য উপদেশ
எடுத்துக்காட்டு : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ஒத்த சொற்கள் : বাদ, সিদ্ধান্ত
பொருள் : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
எடுத்துக்காட்டு : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ஒத்த சொற்கள் : বাদ, মতবাদ, সিদ্ধান্ত
பொருள் : মনত উদয় হোৱা কথা
எடுத்துக்காட்டு : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ஒத்த சொற்கள் : খিয়াল, খেয়াল, বিচাৰ
நிறுவு