பொருள் : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
எடுத்துக்காட்டு :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
ஒத்த சொற்கள் : অহংকাৰ
பொருள் : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
எடுத்துக்காட்டு :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
ஒத்த சொற்கள் : জাল, নিচা, মত্তাৱস্থা, ৰাগি