பொருள் : মানি লোৱা
எடுத்துக்காட்டு :
ঠেহ পতা ৰাণীয়ে মানিলে
பொருள் : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
எடுத்துக்காட்டு :
মই তেখেতক বহুত মানো
பொருள் : সহমত হোৱা
எடுத்துக்காட்டு :
মই আপোনাৰ কথা স্বীকাৰ কৰোঁ
ஒத்த சொற்கள் : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা
பொருள் : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
எடுத்துக்காட்டு :
মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
ஒத்த சொற்கள் : মানি লোৱা, স্বীকাৰ কৰা
பொருள் : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
எடுத்துக்காட்டு :
মই নিৰাকাৰ ঈশ্বৰক মানো
பொருள் : মহত্ত্ব বুজি পোৱা
எடுத்துக்காட்டு :
এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক