பொருள் : শান্ত হৈ পৰা এক অৱস্থা
எடுத்துக்காட்டு :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
ஒத்த சொற்கள் : শান্ত হোৱা
பொருள் : কথা নোকোৱা বা কথা নপতা
எடுத்துக்காட்டு :
কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
ஒத்த சொற்கள் : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা