பொருள் : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
எடுத்துக்காட்டு :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
ஒத்த சொற்கள் : ভাব, মনোভাবনা, মানসিক ভাব
பொருள் : মনৰ অৱস্থা
எடுத்துக்காட்டு :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
ஒத்த சொற்கள் : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা