பொருள் : বেদৰ যি বাক্যৰ দ্বাৰা যজ্ঞ আদি কৰাৰ বিধান আছে
எடுத்துக்காட்டு :
প্রাচীন কালত বেদমন্ত্রৰ পাঠ কৰা হৈছিল
ஒத்த சொற்கள் : বেদমন্ত্র, বৈদিক ছন্দ
பொருள் : কোনো কাম সোনকালে হৈ যোৱা উপায় বা কোনো কাম কৰাৰ বিশেষ ধৰণ বা পদ্ধতি
எடுத்துக்காட்டு :
এই কামটো সোনকালে হোৱাৰ কিবা বিশেষ উপায় এটা কওক
ஒத்த சொற்கள் : গূঢ়তত্ত্ব, বিশেষ উপায়, মূলমন্ত্র
பொருள் : যি শ্্ব্দ বা বাক্যৰ জপ ইষ্ট সিদ্ধি বা কোনো দেৱতাক প্রসন্ন কৰিবৰ বাবে জপ কৰা হয়
எடுத்துக்காட்டு :
পুৰোহিতে মহামৃত্যুঞ্জয় মন্ত্রৰ জপ কৰি আছে
ஒத்த சொற்கள் : স্তুতি মন্ত্র