உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
எடுத்துக்காட்டு : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ஒத்த சொற்கள் : নি্র্যাস, ৰস
பொருள் : যি প্রবল নহয়
எடுத்துக்காட்டு : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
ஒத்த சொற்கள் : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
பொருள் : ভালৰ ওলোটা বা বিপৰীত
எடுத்துக்காட்டு : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ஒத்த சொற்கள் : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
பொருள் : যাৰ শক্তি আৰু গতি কমি গৈছে
எடுத்துக்காட்டு : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
ஒத்த சொற்கள் : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
நிறுவு