பொருள் : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
எடுத்துக்காட்டு :
মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
பொருள் : ঘৰৰ মূল মানুহ
எடுத்துக்காட்டு :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
ஒத்த சொற்கள் : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী