உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
எடுத்துக்காட்டு : এমাহত এই কামটো হৈ যাব
ஒத்த சொற்கள் : দুইপক্ষ, মাস
பொருள் : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
எடுத்துக்காட்டு : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
ஒத்த சொற்கள் : ত্রিশ দিন, মাস
பொருள் : দেহৰ ঠায়ে ঠায়ে চালৰ পৰা ওলাই থকা কʼলা আৰু ৰঙা ৰঙৰ এবিধ গুটিৰ নিচিনা অংশ
எடுத்துக்காட்டு : তেওঁৰ পিঠিত এটা কʼলা মাহ আছে
நிறுவு