உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
எடுத்துக்காட்டு : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
ஒத்த சொற்கள் : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, তুল্যতা, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
பொருள் : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কাৰখানা, ফেক্টৰী
பொருள் : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
எடுத்துக்காட்டு : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
ஒத்த சொற்கள் : মিলন, যোগ, সংযোগ
பொருள் : বিজুলী মটৰ আদিৰে চলা শস্য, মাহ, দানা আদি পিচা যন্ত্র
எடுத்துக்காட்டு : এই মিলটোৰ আটা মোটা
நிறுவு