பொருள் : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
எடுத்துக்காட்டு :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
ஒத்த சொற்கள் : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
பொருள் : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
எடுத்துக்காட்டு :
মাছবোৰ জালৰ পৰা এৰাই গʼল
ஒத்த சொற்கள் : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা
பொருள் : এৰি দিয়া
எடுத்துக்காட்டு :
এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল
ஒத்த சொற்கள் : ওলোৱা