பொருள் : সূতা, ৰেচম আদিৰ গুচ্চ
எடுத்துக்காட்டு :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
ஒத்த சொற்கள் : মুঠা
பொருள் : মুঠিত অহা পৰিমাণৰ বস্তু
எடுத்துக்காட்டு :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
பொருள் : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
எடுத்துக்காட்டு :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে