பொருள் : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
எடுத்துக்காட்டு :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
ஒத்த சொற்கள் : টাইপ কৰা
பொருள் : যাৰ মুদ্রণ কৰা হৈছে
எடுத்துக்காட்டு :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
பொருள் : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
எடுத்துக்காட்டு :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
ஒத்த சொற்கள் : মুদ্রাংকিত, মুদ্রাঙ্কিত