பொருள் : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
எடுத்துக்காட்டு :
মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
ஒத்த சொற்கள் : জোলোঙা
பொருள் : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
எடுத்துக்காட்டு :
ককাই ৰচীদবোৰ মোনাত ৰাখে
ஒத்த சொற்கள் : বেগ