பொருள் : সম্পূর্ণৰূপে মোহিত হোৱা কার্য
எடுத்துக்காட்டு :
কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল
ஒத்த சொற்கள் : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা
பொருள் : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা
எடுத்துக்காட்டு :
শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে মীৰা মোহনৰ প্রতি মোহিত হৈছে
ஒத்த சொற்கள் : আসক্ত হোৱা