பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து মৰা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

মৰা   বিশেষ্য

பொருள் : মাৰ দিয়া কার্য ্বা ভাব

எடுத்துக்காட்டு : কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব

ஒத்த சொற்கள் : প্রহাৰ কৰা

பொருள் : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়

எடுத்துக்காட்டு : বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়

ஒத்த சொற்கள் : মৰাপাট

মৰা   ক্ৰিয়া

பொருள் : মৰাৰ সমান কষ্ট কৰা

எடுத்துக்காட்டு : তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে

பொருள் : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা

எடுத்துக்காட்டு : এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ

பொருள் : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ

எடுத்துக்காட்டு : ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে

பொருள் : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য

எடுத்துக்காட்டு : ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল

ஒத்த சொற்கள் : মৰি যোৱা

பொருள் : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

எடுத்துக்காட்டு : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

ஒத்த சொற்கள் : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা

பொருள் : জীৱনৰ অন্ত পেলোৱা কার্য

எடுத்துக்காட்டு : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

ஒத்த சொற்கள் : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা