பொருள் : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
எடுத்துக்காட்டு :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
ஒத்த சொற்கள் : যোৰ
பொருள் : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
எடுத்துக்காட்டு :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
ஒத்த சொற்கள் : যোৰ
பொருள் : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
எடுத்துக்காட்டு :
তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে