பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து লগোৱা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

লগোৱা   বিশেষ্য

பொருள் : লগোৱা কার্য

எடுத்துக்காட்டு : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

பொருள் : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

எடுத்துக்காட்டு : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

பொருள் : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

எடுத்துக்காட்டு : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

பொருள் : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

எடுத்துக்காட்டு : লতাই কুর্তাটোত বুটাম লগাই আছে

ஒத்த சொற்கள் : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

பொருள் : ভালদৰে স্থিৰ কৰা কার্য

எடுத்துக்காட்டு : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

ஒத்த சொற்கள் : বহুওৱা

பொருள் : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

எடுத்துக்காட்டு : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

ஒத்த சொற்கள் : খটোৱা

பொருள் : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

எடுத்துக்காட்டு : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

ஒத்த சொற்கள் : ঘঁ্হা, সনা

பொருள் : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

எடுத்துக்காட்டு : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

ஒத்த சொற்கள் : অভিলেপ কৰা, চৰোৱা

பொருள் : কোনো সঠিক ঠাইত উপনীত কৰোৱা

எடுத்துக்காட்டு : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

பொருள் : উদ্ভিদ আদিৰ ৰোপন কার্য

எடுத்துக்காட்டு : মালীয়ে টাবত গোলাপৰ কলম লগালে

ஒத்த சொற்கள் : ৰোপন কৰা

பொருள் : ব্যৱহাৰ বা কামত অহা

எடுத்துக்காட்டு : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

ஒத்த சொற்கள் : খৰচ কৰা

பொருள் : কার্যত সংলগ্ন কৰোৱা

எடுத்துக்காட்டு : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

பொருள் : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

எடுத்துக்காட்டு : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

ஒத்த சொற்கள் : ওলোমাই থোৱা

பொருள் : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

எடுத்துக்காட்டு : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

ஒத்த சொற்கள் : লেপন লগোৱা, সনা

பொருள் : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

எடுத்துக்காட்டு : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

ஒத்த சொற்கள் : ব্যৱস্থিত কৰা, সজোৱা

பொருள் : ছাতি, চছমা আদি ধাৰণ কৰা

எடுத்துக்காட்டு : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

ஒத்த சொற்கள் : ধাৰণ কৰা

பொருள் : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

எடுத்துக்காட்டு : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

ஒத்த சொற்கள் : আৰোপ কৰা, দিয়া

பொருள் : বিনিয়োগ কৰা

எடுத்துக்காட்டு : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

ஒத்த சொற்கள் : খটুৱা, বিনিয়োগ কৰা

பொருள் : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

எடுத்துக்காட்டு : কামিজত বুটাম লগাই দিয়া

ஒத்த சொற்கள் : লগাই দিয়া