பொருள் : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
எடுத்துக்காட்டு :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
ஒத்த சொற்கள் : সৰু-সুৰা
பொருள் : যি অদৰকাৰেৰে পূর্ণ
எடுத்துக்காட்டு :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
ஒத்த சொற்கள் : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা