பொருள் : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
எடுத்துக்காட்டு :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
ஒத்த சொற்கள் : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
பொருள் : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
எடுத்துக்காட்டு :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
ஒத்த சொற்கள் : পোৱা
பொருள் : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা
எடுத்துக்காட்டு :
মই ৰামৰ পৰা এশ টকা পালোঁ
ஒத்த சொற்கள் : পোৱা
பொருள் : নিজৰ অধিকাৰ সাব্যস্ত কৰা
எடுத்துக்காட்டு :
অশোকে কলিংগত জয় লাভ কৰিছিল
ஒத்த சொற்கள் : পোৱা, প্রাপ্ত কৰা
பொருள் : প্রাপ্ত হোৱা বা পোৱা কার্য
எடுத்துக்காட்டு :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
ஒத்த சொற்கள் : পোৱা, প্রাপ্তি ঘটা