பொருள் : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
ஒத்த சொற்கள் : লিখা
பொருள் : খাতা আদিত লিখা কার্য
எடுத்துக்காட்டு :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
ஒத்த சொற்கள் : অন্তর্ভুক্ত ্কৰা, তোলা