பொருள் : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
எடுத்துக்காட்டு :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
பொருள் : সম্পূর্ণৰূপে ভিজা বা তিতা
எடுத்துக்காட்டு :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
ஒத்த சொற்கள் : টেপটেপীয়া, লুতুৰ-পুতুৰ