பொருள் : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
எடுத்துக்காட்டு :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
ஒத்த சொற்கள் : পেঙ্গুচিয়া, লেকেচিয়া
பொருள் : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
எடுத்துக்காட்டு :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
ஒத்த சொற்கள் : লেঙ্গেৰা
பொருள் : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
எடுத்துக்காட்டு :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
ஒத்த சொற்கள் : খোৰা
பொருள் : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
எடுத்துக்காட்டு :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
பொருள் : যাৰ এটা ভৰি ভাঙিল
எடுத்துக்காட்டு :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল