உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পানী বৈ যোৱা সৰু পথ বা সৰু জান
எடுத்துக்காட்டு : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
ஒத்த சொற்கள் : নর্দম্া, নলা, নলী
பொருள் : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
எடுத்துக்காட்டு : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
ஒத்த சொற்கள் : জান, নলা
பொருள் : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
எடுத்துக்காட்டு : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
நிறுவு