பொருள் : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
எடுத்துக்காட்டு :
শংখ সাগৰত পোৱা যায়
ஒத்த சொற்கள் : কম্বু
பொருள் : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
எடுத்துக்காட்டு :
পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
ஒத்த சொற்கள் : শঙ্খ