பொருள் : শৰীৰৰ বল
எடுத்துக்காட்டு :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
ஒத்த சொற்கள் : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
பொருள் : প্রাকৃতিক ভাণ্ডাৰ
எடுத்துக்காட்டு :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
பொருள் : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
எடுத்துக்காட்டு :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
பொருள் : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
எடுத்துக்காட்டு :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
ஒத்த சொற்கள் : অধিকাৰ
பொருள் : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
எடுத்துக்காட்டு :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ஒத்த சொற்கள் : চাপ