பொருள் : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
எடுத்துக்காட்டு :
এই সংস্থাৰ পাঁচটা অংগ আছে
ஒத்த சொற்கள் : অংগ
பொருள் : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
எடுத்துக்காட்டு :
জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
ஒத்த சொற்கள் : সম্প্রদায়