பொருள் : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
எடுத்துக்காட்டு :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
ஒத்த சொற்கள் : ঠাণ্ডা
பொருள் : যʼত তৰঙ্গ উঠি থকা নাই
எடுத்துக்காட்டு :
শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে
ஒத்த சொற்கள் : স্থিৰ
பொருள் : যি উদ্বিগ্ন নহয়
எடுத்துக்காட்டு :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
ஒத்த சொற்கள் : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
பொருள் : যাৰ চিত্ত স্থিৰ
எடுத்துக்காட்டு :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ஒத்த சொற்கள் : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
பொருள் : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
எடுத்துக்காட்டு :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
ஒத்த சொற்கள் : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান