பொருள் : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
எடுத்துக்காட்டு :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
ஒத்த சொற்கள் : প্রশান্তি
பொருள் : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
எடுத்துக்காட்டு :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
ஒத்த சொற்கள் : আৰাম
பொருள் : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
எடுத்துக்காட்டு :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
ஒத்த சொற்கள் : সুখ
பொருள் : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
எடுத்துக்காட்டு :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
பொருள் : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
ஒத்த சொற்கள் : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা