உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সৰু আকাৰৰ শিল
எடுத்துக்காட்டு : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ஒத்த சொற்கள் : পাথৰ, শিলগুটি
பொருள் : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
எடுத்துக்காட்டு : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ஒத்த சொற்கள் : পাথৰ, প্রস্তৰ, শিলাখণ্ড
பொருள் : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
எடுத்துக்காட்டு : বৰষুণৰ লগে-লগে শিলো পৰিছে
ஒத்த சொற்கள் : শিল বৰষুণ
பொருள் : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
நிறுவு