பொருள் : আনক শোৱাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
মাকে কেচুৱাটোক শুৱাই আছে
பொருள் : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
எடுத்துக்காட்டு :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
ஒத்த சொற்கள் : শুৱাই দিয়া