உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
எடுத்துக்காட்டு : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ஒத்த சொற்கள் : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
பொருள் : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
எடுத்துக்காட்டு : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
ஒத்த சொற்கள் : ভাড়া, ভাৰা, মাচুল
பொருள் : খেতি-বাতিৰ মাটিত লগোৱা কৰ
எடுத்துக்காட்டு : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ஒத்த சொற்கள் : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
பொருள் : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
எடுத்துக்காட்டு : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
ஒத்த சொற்கள் : ফিজ, মাচুল
நிறுவு