பொருள் : শ্মশান বা কবৰস্থান আদিলৈ অন্তিম সংস্কাৰৰ কাৰণে মৃত ব্যক্তি বা মৰাশ লৈ যোৱা এক যাত্রা
எடுத்துக்காட்டு :
মাদাৰ টেৰেচাৰ শৱযাত্রাত লাখ-লাখ মানুহে ভাগ লৈছিল
ஒத்த சொற்கள் : শেষ-যাত্রা, শেষযাত্রা, শ্মাশান যাত্রা, শৱ-যাত্রা, শৱযাত্রা