பொருள் : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা
எடுத்துக்காட்டு :
চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে
ஒத்த சொற்கள் : দূৰভিসন্ধি
பொருள் : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন
எடுத்துக்காட்டு :
চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল