உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য
எடுத்துக்காட்டு : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে
ஒத்த சொற்கள் : সঙ্কৰ
பொருள் : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
எடுத்துக்காட்டு : প্রসাদ এবিধ মিশ্রণ
ஒத்த சொற்கள் : মিশ্রণ, সংমিশ্রণ
பொருள் : সংকৰৰ পৰা উৎপন্ন
எடுத்துக்காட்டு : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়
ஒத்த சொற்கள் : বর্ণ সংকৰ, সংকৰজ
நிறுவு