பொருள் : যাৰ সংগঠন কৰা হৈছে
எடுத்துக்காட்டு :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
பொருள் : যিটো একতাৰে পৰিপূর্ণ
எடுத்துக்காட்டு :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
ஒத்த சொற்கள் : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ