பொருள் : সঞ্চিত বা একত্রিত কৰা
எடுத்துக்காட்டு :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ஒத்த சொற்கள் : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
பொருள் : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
எடுத்துக்காட்டு :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ஒத்த சொற்கள் : আদায় কৰা