பொருள் : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
எடுத்துக்காட்டு :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ஒத்த சொற்கள் : মিশ্রণ
பொருள் : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
எடுத்துக்காட்டு :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
பொருள் : মিহলি হোৱা কার্য
எடுத்துக்காட்டு :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়