பொருள் : যাৰ সৈতে সম্বন্ধ আছে বা হৈছে
எடுத்துக்காட்டு :
এইয়া আপোনাৰ মোকর্দ্্মাৰ সৈতে জড়িত নথিপত্র, ইয়াক সযতনে ৰাখিব ৰামায়ণ হিন্দু ধর্মৰ সৈতে সম্বন্ধিত
ஒத்த சொற்கள் : জড়িত, সংশ্লিষ্ট, সম্পর্কিত, সম্বন্ধযুক্ত, সম্বন্ধিত
பொருள் : অন্য কিহবাৰ লগত বা শেষৰফালে লাগি থকা
எடுத்துக்காட்டு :
সকলো কাগজ-পত্র এই নথিত সংলগ্ন কৰা হৈছে
ஒத்த சொற்கள் : সংলগ্ন
பொருள் : যিটো জোৰা বা লগ-লাগি আছে
எடுத்துக்காட்டு :
সমাসত সংযুক্ত শ্্ব্দ থাকে
ஒத்த சொற்கள் : সংযোজিত