உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা
பொருள் : মনত হোৱা দুর্ভাৱনা
எடுத்துக்காட்டு : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
ஒத்த சொற்கள் : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা
பொருள் : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
எடுத்துக்காட்டு : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
ஒத்த சொற்கள் : আশংকা, শংকা, শঙ্কা, সন্দেহ
பொருள் : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
எடுத்துக்காட்டு : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
ஒத்த சொற்கள் : শংকা, শঙ্কা, সন্দেহ
நிறுவு