பொருள் : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
எடுத்துக்காட்டு :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
ஒத்த சொற்கள் : সংস্কৃত ভাষা
பொருள் : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
பொருள் : যাক পৰিশোধন কৰা হৈছে
எடுத்துக்காட்டு :
সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
ஒத்த சொற்கள் : পৰিমার্জিত