பொருள் : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
எடுத்துக்காட்டு :
এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
ஒத்த சொற்கள் : অভয়াৰণ্য, উদ্যান, সংৰক্ষিত বন
பொருள் : যি স্থানত পশু-পক্ষীক সংৰক্ষণ কৰা হয়
எடுத்துக்காட்டு :
শীতকালত ভাৰতৰ অভয়াৰণ্যসমূহলৈ বহুতো প্রবাসী পক্ষী আহে
ஒத்த சொற்கள் : অভয়াৰণ্য