பொருள் : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
எடுத்துக்காட்டு :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
ஒத்த சொற்கள் : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
பொருள் : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
எடுத்துக்காட்டு :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
ஒத்த சொற்கள் : ব্যৱস্থিত কৰা, লগোৱা
பொருள் : আহাৰ সন্মুখত ৰখা
எடுத்துக்காட்டு :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
ஒத்த சொற்கள் : পৰিৱেশন কৰা